STATE - ASSAM

ৰাজ্য – অসম
ক্ৰ.নং বিদ্যালয়ৰ নাম আৰু ঠিকনা কাৰ্যকৰী ব্যৱস্থা মাধ্যম হোষ্টেল ব্যৱস্থা
01 প্ৰেৰণা প্ৰতিবন্ধী শিশু বিকাশ কেন্দ্ৰ,
চিনামৰা,
যোৰহাট - 785008
পিপিআই, প্ৰি-স্কুল,
প্ৰাইমেৰী,
প্ৰি-ভকেশ্বনেল ট্ৰেইনিং
অসমীয়া প্ৰযোজ্য নহয়
02 'আত্মা নিৰ্বহাৰ-এক চেলেঞ্জ'
গোপীনাথ নগৰ,
গুৱাহাটী কামৰূপ - 781016
ভকেশ্বনেল ট্ৰেইনিং অসমীয়া,
হিন্দী
প্ৰযোজ্য নহয়
03 সহায়িকা শিশু নিৰ্দেশন কেন্দ্ৰ,
গভৰ্মেণ্ট প্ৰেছ ৰোড৷ বামুণীমৈদাম,
গুৱাহাটী কামৰূপ
প্ৰি-স্কুল,
প্ৰাইমেৰী,
প্ৰি-ভকেশ্বনেল ট্ৰেইনিং,
ভকেশ্বনেল ট্ৰেইনিং
অসমীয়া, ইংৰাজী, হিন্দী প্ৰযোজ্য নহয়
04 শিশু সাৰথি,
ৰামকৃষ্ণ মিচন ৰোড,
বিৰুবাৰী,
গুৱাহাটী কামৰূপ - 781016
পিপিআই, প্ৰি-স্কুল - প্ৰযোজ্য নহয়
05 ভকেশ্বনেল ৰিহেবিলিটেশ্বন চেণ্টাৰ ফৰ হেণ্ডিকেপড্,
ৰিহাবাৰী,
গুৱাহাটী, কামৰূপ - 781008
ভকেশ্বনেল ট্ৰেইনিং স্থানীয় ভাষা
06 কম্পোজাইট ৰিজিয়নেল চেণ্টাৰ ফৰ পি.ডব্লিউ.ডি.
পি.এম.আৰ.টি. বিল্ডিং,
গুৱাহাটী মেডিকেল কলেজ হস্পিতেল কেম্পাচ
গুৱাহাটী, কামৰূপ - 781032
পিপিআই, প্ৰি-ভকেশ্বনেল ট্ৰেইনিং,
ভকেশ্বনেল ট্ৰেইনিং
অসমীয়া,
ইংৰাজী,
হিন্দী
07 স্বাৱলম্বী ছচাইটি ফৰ ৰিহেবিলিটেশ্বন এণ্ড ট্ৰেইনিং
অপজিট শিলপুখুৰী পোষ্ট
অফিচ- গান্ধী বস্তি ৰোড
গুৱাহাটী, কামৰূপ - 781003
পিপিআই, প্ৰি-স্কুল,
প্ৰি-ভকেশ্বনেল ট্ৰেইনিং,
ভকেশ্বনেল ট্ৰেইনিং
অসমীয়া প্ৰযোজ্য নহয়
08 স্বৰস্বতী বাগবাণী প্ৰশিক্ষণ কেন্দ্ৰ,
জু ৰোড তিনিআলি, সপ্তঋষী পথ,
অপজিট বিজয়া বেঙ্ক
গুৱাহাটী, কামৰূপ
প্ৰি-স্কুল,
প্ৰাইমেৰী,
মাধ্যমিক
অসমীয়া,
ইংৰাজী
09 এ.ডব্লিউ.ডব্লিউ.এ. আশা স্কুল
কেয়াৰঅব্ এডভাঞ্চ বেচ ৱৰ্কশ্বপ,
নাৰেঙ্গী কেণ্টিন
গুৱাহাটী, কামৰূপ
পিপিআই, প্ৰি-স্কুল,
প্ৰাইমেৰী,
প্ৰি-ভকেশ্বনেল ট্ৰেইনিং,
ভকেশ্বনেল ট্ৰেইনিং
হিন্দী,
ইংৰাজী
প্ৰযোজ্য নহয়
10 গভট্ ভাউৰীদেবী চাৰাউগি ডিফ এণ্ড ডাম্ব স্কুল,
পোষ্ট অফিচ-কাহিলীপাৰা,
পুলিচ ষ্টেচন-দিছ্পুৰ
গুৱাহাটী, কামৰূপ - 781019
পিপিআই, প্ৰাইমেৰী,
মাধ্যমিক
অসমীয়া

Back to List of schools

Information About: